Steps To Be Followed

Register
Registration
(Get Assam Police Recruitment ID)
User
Log-In
(With Assam Police Recruitment ID)
Click
Complete Profile & Apply Post
(As per Eligibility)
Download
Download
Acknowledgement
Instructions
User Manual

Candidates must follow the following steps during submission of online application:
প্ৰাৰ্থীসকলে অনলাইন আবেদন দাখিল কৰাৰ সময়ত নিম্নলিখিত পদক্ষেপবোৰ অনুসৰণ কৰিব লাগিব

  • Register in the Portal using valid mobile number.
    বৈধ ম'বাইল নম্বৰ ব্যৱহাৰ কৰি পৰ্টেলত পঞ্জীয়ন কৰক ।
    (Note: Candidates are advised to keep the mobile number unchanged until the recruitment process is over)
    (টোকা: প্ৰাৰ্থীসকলক নিযুক্তি প্ৰক্ৰিয়া শেষ নোহোৱালৈকে ম'বাইল নম্বৰ অপৰিৱৰ্তিত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে)

  • After successful registration candidates will get an Assam Police Recruitment ID. Candidates will have to apply for any posts advertised through SLPRB during the year 2025-2026 by logging in with this ID.
    প্ৰাৰ্থীসকলে সফল পঞ্জীয়নৰ পিছত অসম আৰক্ষী ৰ নিযুক্তি আইডি লাভ কৰিব ৷ প্ৰাৰ্থীসকলে এই আইডিৰ সৈতে লগ ইন কৰি ২০২৫-২০২৬ বৰ্ষত অসম আৰক্ষী নিযুক্তি বোৰ্ডৰ জৰিয়তে বিজ্ঞাপন দিয়া যিকোনো পদৰ বাবে আবেদন কৰিব লাগিব ৷

  • Candidates must register themselves in the portal and generate one time recruitment ID. However, candidature of those generating multiple recruitment ID will be cancelled.
    প্ৰাৰ্থীসকলে আবেদন পৰ্টেলত তেওঁলোকৰ প্ৰ'ফাইল পঞ্জীয়ন কৰিব আৰু ভৱিষ্যতৰ সকলো বিজ্ঞাপনৰ বাবে এবাৰ এটা একক নিযুক্তি আইডি সৃষ্টি কৰিব লাগিব। অৱশ্যে, একাধিক নিযুক্তি আইডি সৃষ্টি কৰা প্ৰাৰ্থীৰ প্ৰাৰ্থীত্ব বাতিল কৰা হ'ব ।
  • All candidates for the 2025–2026 season must register a fresh and generate a new application ID. Application IDs from previous seasons will not be valid for the 2025–2026 season.
    ২০২৫–২০২৬ শৈক্ষিক বৰ্ষৰ বাবে সকলো প্ৰাৰ্থীয়ে নতুনকৈ পঞ্জীয়ন কৰিব লাগিব আৰু এটা নতুন এপ্লিকেচন আইডি সৃষ্টি কৰিব লাগিব। পূৰ্বৱৰ্তী বৰ্ষসমূহৰ এপ্লিকেচন আইডিসমূহ ২০২৫–২০২৬ শৈক্ষিক বৰ্ষৰ বাবে বৈধ নহ’ব।